Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: মহানগৰীত পুনৰ সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা,নাৰেঙ্গী গণেশ মন্দিৰৰ সমীপৰ লক্ষ্মী ইলেকট্ৰিকেলৰ লৈ পৰা লৈ গল সামগ্ৰী
Guwahati, Kamrup Metropolitan | Aug 23, 2025
মহানগৰীত পুনৰ সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা, নাৰেঙ্গী গণেশ মন্দিৰৰ সমীপৰ লক্ষ্মী ইলেকট্ৰিকেল নামৰ প্ৰতিস্থানত সংঘটিত হৈছে এই ঘটনা। চোৰে ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ তলা ভাঙি প্ৰবেশ কৰি সকলো সামগ্ৰী লণ্ড ভণ্ড কৰে। চোৰে প্ৰতিষ্ঠান খনৰ লকাৰ আদি ভাঙি নগদ ধন লুট কৰি নিয়ে। লগতে প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় এক লাখ টকা মূল্যৰ বিশ টাকৈ নতুন বেটাৰী চুৰি কৰি লৈ যায়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!