Download Now Banner

This browser does not support the video element.

নগাঁও: কটহগুৰি আলিম উদ্দিন উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান বন্ধ কৰি অনুস্থিত কৰে অৰুণোদয় আঁচনিৰ সভা,মন্তব্য শিক্ষক,জনপ্ৰতিনিধিৰ

Nagaon, Nagaon | Oct 7, 2025
ধিঙত অৰুণোদয় সভাৰ বাবে বন্ধ হল বিদ্যালয়ৰ পাঠদান,মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত ধিঙৰ কটহগুৰি আলিম উদ্দিন উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান নকৰাকৈ উভটি গল ছাত্ৰ ছাত্ৰী।প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত বন্ধ থাকিল মধ্যাহ্ন ভোজন।শিক্ষকৰ অভিযোগ অৰুণোদয় আঁচনিৰ বাবে পাঠদান ব্যহত হবলগিয়া বিষয়টো দুৰ্ভাগ্যজনক।বিদ্যালয়ত অৰুণোদয় তৃতীয় সংস্কৰণ এই সভা অনুষ্ঠ
Read More News
T & CPrivacy PolicyContact Us