Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: JMCH ৰ সমীপৰ ৰেল লাইনত অঘটন , ৰেলৰ খুন্দাত চাৰি টুকুৰা হৈ চিটিকি পৰে এজন লোক

Jorhat West, Jorhat | Sep 27, 2025
JMCH ৰ সমীপৰ ৰেল লাইনত অঘটনা । ৰেলৰ খুন্দাত চাৰি টুকুৰা হৈ চিটিকি পৰে এজনক । JMCH ৰ সমীপৰ ৰেল লাইনত সংঘটিত হৈছে এই ঘটনা । ৰেলৰ খুন্দাত চাৰি টুকুৰা হৈ চিতিকি পৰে এজন লোক । ব্যক্তিজন ডিব্ৰুগড়ৰ বুলি জানিব পৰা গৈছে । কিয় , কি কাৰণত JMCH ৰ সমীপত থকা এই স্থানলৈ ব্যক্তি জন গৈছিল সেইয়া এতিয়াও জানিব পৰা নাই । মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।
Read More News
T & CPrivacy PolicyContact Us