Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত জনজাতিকৰণৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা,মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত বিশাল জোঁৰ সমদল

Tinsukia, Tinsukia | Sep 10, 2025
বুধবাৰে নিশা ৮ বজাত তিনিচুকীয়া চহৰত জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত স্বায়ত্তশাসন প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা,মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত আৰু মৰাণ জনগণৰ সহযোগত জোঁৰ সমদল। তালাপ-কাকপথাৰ আৰু মাৰ্ঘেৰিটাৰ পাছত এইবাৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ তিনিচুকীয়া চহৰত উত্তাল প্ৰতিবাদ ।
Read More News
T & CPrivacy PolicyContact Us