Download Now Banner

This browser does not support the video element.

চামগুৰি: জুৰীয়াৰ পাৰ্শ্বৱৰ্তী চৰাঞ্চলত ফেঞ্চিং বা বৈদ্যুতিক তাৰ স্থাপনক লৈ বিৰোধীতা কৰি বিধায়ক আমিনুল ইছলামে জুৰীয়াত মন্তব্য

Samaguri, Nagaon | Nov 22, 2024
শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত জুৰীয়াত উপস্থিত হৈ বিধায়ক আমিনুল ইছলামৰ মন্তব্য বন বিভাগে জুৰীয়াৰ পাৰ্শ্বৱৰ্তী চৰাঞ্চলত ফেঞ্চিং বা বৈদ্যুতিক তাৰ স্থাপনক লৈ বিৰোধীতা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ।ব্ৰহ্মপুত্ৰ নদী হ'ল নগাঁও আৰু শোণিতপুৰ জিলাৰ মাজৰ সীমা।অভয়াৰণ্যৰ উচ্ছেদ কৰিব লগা হ'লে নগাঁও জিলা প্ৰশাসনে কৰিব শোণিতপুৰে নহয় বুলি সংবাদ মাধ্যমত মন্তব্য আগবঢ়াই বিধায়ক আমিনুল ইছলামে।
Read More News
T & CPrivacy PolicyContact Us