Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ডিব্ৰুগড় বকুল পলিটেকনিক খেলপথাৰত ৩ হাজাৰ ৰাইজে একেলগে আবৃত্তি কৰিলে কবিতা

Dibrugarh East, Dibrugarh | Sep 7, 2025
অসম সাহিত্য সভাৰ ভাতৃ সংগঠন "অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ" ৰ উদ্যোগত ডিব্ৰুগড় বকুল পলিটেকনিক খেলপথাৰত ভাৰত ৰত্ন ড৽ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰায় তিনি সহস্ৰাধিক পুৰুষ- মহিলা, ছাত্ৰ - ছাত্ৰীয়ে একেলগে বিশিষ্ট শিক্ষাবিদ, আবৃত্তিকাৰ ড৽ অমৰজ্যোতি চৌধুৰীয়ে লেখা কবিতা "মৃত্যু জিনাৰ গান" শীৰ্ষক কবিতাটো আবৃত্তি কৰে
Read More News
T & CPrivacy PolicyContact Us