Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: যুৱ দ'লত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত, সংবাদ মেল সম্বোধন

Sibsagar, Sivasagar | Aug 24, 2025
শিৱসাগৰৰ যুৱদলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৰ্দ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ অনুষ্ঠিত কৰি সম্বোধন কৰে সংবাদ মেলৰ । অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰে আন্দোলনৰ কাৰ্যসূচী । সংগঠনটোৰ বহু কেইগৰাকী কেন্দ্ৰীয় বিষয় সচিবৰ উপস্থিতিত সংবাদ মেল সম্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইয়ে ।
Read More News
T & CPrivacy PolicyContact Us