Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সম্পূৰ্ণ অভিযান সন্মান সমাৰোহ অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত, বিধায়ক
Mangaldoi Part, Darrang | Aug 12, 2025
দৰং জিলা প্ৰশাসনে নিটি আয়োগৰ সহযোগত আকাংক্ষিত জিলা আৰু ব্লক কাৰ্যসূচী অধীনত জিলা খনৰ ফ্ৰন্টলাইন কৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ অভিযান সন্মান সমাৰোহ আয়োজন কৰে মঙলদৈ মহাবিদ্যালয়ৰ সভাগৃহত।এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি।90 জন ফ্ৰন্টলাইন কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!