Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমাত হিন্দুস্তান ইউনিলিভাৰে আৱৰ্জনা নিষ্কাষণৰ নামত মানুহৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ বীৰ লাচিত সেনাৰ

Doom Dooma, Tinsukia | Sep 2, 2025
ডুমডুমা হাঁহচৰাত অৱস্থিত বহুজাতিক কোম্পানী হিন্দুস্তান ইউনিলিভাৰৰ বিৰুদ্ধে এইবাৰ সৰৱ‌ হৈছে বীৰ লাচিত সেনা । মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত কোম্পানীটোৱে এচাম অসাধু মুনাফালোভী ঠিকাদাৰক আৱৰ্জনা নিষ্কাষণৰ ঠিকা প্ৰদান কৰি মানুহৰ জীৱনক লৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ সহ সচিব অভিশেষ বৰাই । মানুহৰ বসতি অঞ্চলত আৱৰ্জনা সমূহ অবৈজ্ঞানিক ভাৱে কোনো সুৰক্ষা সামগ্ৰীৰ অবিহনে শ্ৰমিকক কামত লগোৱাৰ অভিযোগ ।
Read More News
T & CPrivacy PolicyContact Us