Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: মুন্ডা জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ বৰপেটাৰোড প্ৰেছ ক্লাৱত অল মুন্ডা আঞ্চলিক সমিতি বিশেষ আলোচনা সভা

India | Aug 27, 2025
বিটিআৰৰ পাঁচ জিলাত বসবাস কৰা মুন্ডা জনগোষ্ঠীৰ লোকসকলৰ সমস্যাক লৈ বৰপেটাৰোড প্ৰেছ ক্লাৱত অল মুন্ডা আঞ্চলিক কমিটিৰ উদ্যোগত মুন্ডা সাহিত্য সভা, অল মুন্ডা ছাত্ৰ সন্থা আৰু মুন্ডা মহিলা সমিতিৰ বিষয়ববীয়াৰ লগতে মুন্ডা জনগোষ্ঠীৰ বুদ্ধিজীৱি সকলৰ উপস্থিতি এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হয় ৷ বিটিআৰত বসবাস কৰা প্ৰায় এক লাখ মুন্ডা জনগোষ্ঠীলোকৰ ভাষা, সাহিত্য, সংস্কৃতি,শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আৰু সমাধানৰ বাবে লবলগীয়া পদক্ষেপৰ বাবে বিশেষ ভাৱে আলোচনাত মিলিত হয়।
Read More News
T & CPrivacy PolicyContact Us