Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠাত হাউলীৰ পৰাভৰালত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশ গ্ৰহণ

India | Aug 31, 2025
হাউলীৰ পৰাভৰালত অনুষ্ঠিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশ গ্ৰহণ কৰে ৷ প্ৰধান মন্ত্ৰী মন কী বাত অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় মন কী বাত অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন উন্নয়ন মুলক কামৰ লগতে বহুতো নজনা কথা জানিব পাৰো ৷ মন কী বাত অনুষ্ঠানত কোনো ৰাজনৈতিক কথা নাথাকে ৷ মন্ত্ৰী গৰাকীয়ে সকলোকে প্ৰধান মন্ত্ৰীৰ মন কী বাত শুনিবলৈ আহবান জনায় ৷
Read More News
T & CPrivacy PolicyContact Us