Install App
bpranjal752
This browser does not support the video element.
ধুবুৰী ভাগ: ধুবুৰী জিলাৰ আলমগঞ্জত গাওঁ পঞ্চায়তৰ উপ সভানেত্ৰী মুৰশিদা বেগম বি জে পি দল কৰাৰ বাবে কাল হল নেকি তাক লৈ প্ৰতিক্ৰিয়া
Dhubri Part, Dhubri | Aug 12, 2025
ধুবুৰী জিলাৰ আলমগঞ্জত গাওঁ পঞ্চায়তৰ উপ সভানেত্ৰী মুৰশিদা বেগম বি জে পি দল কৰাৰ বাবে কাল হল নেকি তাক লৈ মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত প্রতিক্রিয়া৷মুৰশিদা বেগমৰ শিক্ষাগত অৰ্হতাৰ প্ৰমান পত্ৰ তথ্য সহকাৰে সংবাদ মাধ্যমৰ আগত দাঙি ধৰে৷গৌৰীপুৰ আলমগঞ্জ গাওঁ পঞ্চায়তৰ উপ সভানেত্ৰী মুৰশিদা বেগমৰ বিৰুদ্ধে মিছা অভিযোগ আনি বাতৰি পৰিৱেশক কেন্দ্ৰ কৰি আজি গাওঁৰ ৰাইজ আৰু উপ সভানেত্ৰী গৰাকীৰ সংবাদমেল৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!