This browser does not support the video element.
মঙলদৈ ভাগ: কাউৰীখাটত নিশা চোৰে চুৰি কৰি নিয়ে দুটাকৈ গৰু, থানাত এজাহাৰ দাখিল
Mangaldoi Part, Darrang | Aug 27, 2025
মঙলদৈৰ নিকটৱৰ্তী কাউৰীখাটত বুধবাৰে নিশা চোৰে চুৰ কৰি নিয়ে দুটাকৈ গৰু। নিশা চপাইৰ কাউৰীখাটৰ হবিবৰ ৰহমানৰ বাসগৃহত গোহালিত বান্ধি থোৱা অৱস্থাত গৰু চোৰ কৰি নিয়ে।সৌভাগ্য ক্ৰমে ৰক্ষা পৰে এটা দামৰী পোৱালী ।সঘনাই অঞ্চলটোত গৰু চোৰ হৈ থকা ঘটনাই অতিষ্ঠ কৰি তুলিছে ৰাইজক ।