This browser does not support the video element.
ডুমডুমা: সদৰত আটাছুৰ উদ্যোগত উৰণ সেতু সম্পূৰ্ণ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী
Doom Dooma, Tinsukia | Sep 9, 2025
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীপুৰীয়াৰ পথত আধাৰশিলা স্থাপন কৰা এখন উৰণ সেতু আজি পৰ্য্যন্ত সম্পূৰ্ণ নকৰাত মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজালৈকে তিনিচুকীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ সম্মুখত আটাছুৰ উদ্যোগত উৰণ সেতু সম্পূৰ্ণ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।চাৰি মাহৰ ভিতৰত উৰণ সেতুখন সম্পূৰ্ণ কৰিবলৈ দাবী আটাছুৰ ।