Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: লক্ষীপুৰ আৰক্ষী থানাৰ পৰা অসম মেঘালয় সীমান্তবৰ্তী অঞ্চল বৈষ্টমপাৰালৈকে এক চাইকেল ৰেলি উলিওৱা হয়

Lakhipur, Goalpara | Sep 3, 2025
লক্ষীপুৰ আৰক্ষী থানাৰ পৰা অসম মেঘালয় সীমান্তবৰ্তী অঞ্চল বৈষ্টমপাৰালৈকে এক চাইকেল ৰেলি উলিওৱা হয় । জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই অসম মেঘালয় সীমান্তৰ এখন গাঁওত নিশা কটাই অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, গোৱালপাৰা পশ্চিম সমজিলাৰ দ্বায়িত্বত থকা আৰক্ষী বিষয়া অভিলাশ বৰুৱা আৰু আন কেবাগৰাকী বিষয়া সহ আৰক্ষীৰ এটি বৃহৎ দল লগত লৈ ছাইকেল চলোৱাই বৈষ্টমপাৰা ৰাজহুৱা খেল পথাৰত উপস্থিত হয় ।
Read More News
T & CPrivacy PolicyContact Us