Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: তিনিকোণীয়াত "কা "ৰ বিৰোধীতাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ,আৰক্ষীৰে হতাহতিৰ সৃষ্টি

Tinsukia, Tinsukia | Sep 6, 2025
শনিবাৰে বিয়লি প্রায় ৪ বজাত তিনিচুকীয়াত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতি আৰু সমূহ আঞ্চলিক সমিতিৰ উত্তাল প্ৰতিবাদ । "কা" বিৰোধীতাৰে তিনিচুকীয়াৰ তিনিকোণীয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লওঁতে আৰক্ষীৰ বাধা প্ৰদান । প্ৰতিবাদ স্থলীত প্ৰতিবাদ কাৰী আৰু আৰক্ষীৰে হতাহতিৰ সৃষ্টি । পুত্তলিকা দাহ কৰাত আৰক্ষীয়ে ব্যাপক বাধা প্ৰদান কৰাত গৰিহণা প্ৰদান প্ৰতিবাদকাৰীৰ নেতৃত্বৰ l
Read More News
T & CPrivacy PolicyContact Us