This browser does not support the video element.
ধুবুৰী ভাগ: ঝগৰাৰপাৰত বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
Dhubri Part, Dhubri | Aug 25, 2025
কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত ধুবুৰী ঝগৰাৰপাৰ স্থিত ধামেৰপাৰত অনুষ্ঠিত হোৱা বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অধিনত মুঠ ২০ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মিত বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ ৰঙা ফিতা কাটি শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত দাসে।