Install App
jerina7
This browser does not support the video element.
ডুমডুমা: ডুমডুমাত সমজিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ
Doom Dooma, Tinsukia | Aug 12, 2025
মংগলবাৰে দুপৰীয়া প্রায় ১২.৩০ মিনিটত ডুমডুমা সমজিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ । বৃহত্তৰ ডুমডুমা অঞ্চলটোৰ চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰাৰ দাবীত এই প্ৰতিবাদ । বিভিন্ন শ্লোগানৰে উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনাৰ শতাধিক নেতা-কৰ্মীৰ । ৭দিনৰ ভিতৰত চৰকাৰী ভূমি সমূহ বেদখলমুক্ত নকৰিলে নিজা ববীয়া ব্যৱস্থা লোৱাৰ হুংকাৰ বীৰ লাচিত সেনাৰ নেতৃত্বৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!