Install App
arindram93
This browser does not support the video element.
পশ্চিম ডিব্ৰুগড়: পৰিচয় ওলাল লেপেটকতাৰ পথ দুৰ্ঘটনাত নিহত তিনিজন ব্যক্তিৰ, 'শিৱসাগৰৰ কালিপদ মুখাৰ্জী, মিতা মুখাৰ্জী, দেবাঙ্গ বিশ্বকাশ্যপ'
Dibrugarh West, Dibrugarh | Oct 1, 2025
আজি পুৱা বৰবৰুৱাৰ লেপেটকতাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে তিনিজন ব্যক্তিৰ পৰিচয় ওলিয়াবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আজি বুধবাৰে পুৱা ১১:৩০ বজাত আৰক্ষীয়ে জনোৱা অনুসৰি শিৱসাগৰৰ মেটেকানীৰ কালিপদ মুখাৰ্জী (৬০), কন্যা মিতা মুখাৰ্জী (২৫) আৰু দেবাঙ্গ বিশ্ব কাশ্যপ (৩৪) বুলি জানিবলৈ দিয়ে। বৰ্তমান তিনিগৰাকীৰ মৃতদেহ বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰত ৰখা হৈছে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!