Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এজন

Dhubri Part, Dhubri | Aug 24, 2025
গৌৰীপুৰ তিনি নং ৱাৰ্ডত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ছফিকুল হুছেইনৰ ঘৰত আৰক্ষীৰ অভিযান চলাই ১৬০ টা নিচা জাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে। আটকাধীন ছফিকুল হুছেইনক গৌৰীপুৰ থানা লৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
Read More News
T & CPrivacy PolicyContact Us