Install App
majulinews
This browser does not support the video element.
মাজুলী: "বিজেপি চৰকাৰৰ দিনত যথেষ্ট উন্নয়ন হৈছে, ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব", ফুলনিত মত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Majuli, Majuli | Apr 12, 2024
মাজুলীত যথেষ্ট উন্নয়ন হৈছে। মাজুলী বাসীয়ে কৃতজ্ঞতা চিন স্বৰূপে তপন গগৈক ভোট দিব।কংগ্ৰেছৰ দিনত মাজুলীক অৱহেলা কৰিছিল এটা ৰাস্তা পকী কৰণ কৰা নাছিল।মাজুলীক কংগ্ৰেছ দলটোৱে সকলো ফালৰ পৰা অৱহেলা কৰিছিল। মাজুলীত বিজেপি সৰ্বাধিক ভোট লাভ কৰিব।ফুলনিৰ এখন জন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে সৰ্বানন্দ সোনোৱালে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!