Download Now Banner

This browser does not support the video element.

চাবুৱা: অসম গণ পৰিষদ চাবুৱা-লাহোৱাল সমষ্টিৰ কাৰ্য্যালয়ত নৱ নিৰ্বাচিত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সদ্যৰ এখন সভা অনুষ্ঠিত

Chabua, Dibrugarh | Aug 25, 2025
অসম গণ পৰিষদ চাবুৱা-লাহোৱাল সমষ্টিৰ কাৰ্য্যালয়ত নৱ নিৰ্বাচিত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, পঞ্চায়তৰ ৱাৰ্ড সদস্য / সদস্যা সকলৰ সৈতে চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা ন দেৱে এখনি সাংগঠনিক সভা সম্বোধন কৰে । উল্লেখযোগ্য যে অহা ২৯ আগষ্টত দেশৰ গৃহমন্ত্ৰী ন অমৃত শ্বাহ দেৱে গুৱাহাটীত এখন বিশেষ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ কৰিব।উক্ত পঞ্চায়ত সন্মিলনখনত অংশগ্ৰহণ কৰা উদ্দেশ্যে অগপ চাবুৱা-লাহোৱাল সমষ্টিৰ নবনির্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ মাজত প্ৰস
Read More News
T & CPrivacy PolicyContact Us