Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: বঙলাগড়ত আয়ুস্মান আৰোগ্য মন্দিৰ শুভ উদ্বোধন কৰে বিধায়ক বসন্ত দাসে

Mangaldoi Part, Darrang | Sep 9, 2025
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ৫২ লক্ষাধিক টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত বঙলাগড় আয়ুস্মান আৰোগ্য মন্দিৰ মঙ্গলবাৰে দুপৰীয়া ১বজাত মান বজাত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ দিপ্তী বৰুৱা, লগতে চিকিৎসক কৰ্মচাৰী বৃন্দ
Read More News
T & CPrivacy PolicyContact Us