Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: নুমলীগড়ত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ যাত্ৰীবাহী বাহন নিদিয়াৰ সিদ্ধান্ত বাহনৰ উজনিৰ মালিকৰ,প্ৰেছ ক্লাবত মন্তব্য

Jorhat West, Jorhat | Sep 6, 2025
নুমলীগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ যাত্ৰীবাহী বাহন নিদিয়াৰ সিদ্ধান্ত বাহনৰ উজনি অসমৰ মালিক সন্থাৰ । প্ৰেছ ক্লাবত মন্তব্য । চৰকাৰী নিৰিখ ২৪৪৮ টকাত কোনোপধ্যই বাহন এইবাৰ মালিক সকলে নিদিয়ে । আজি যোৰহাটত একত্ৰিত হয় ডিব্ৰুগড় , তিনিচুকীয়া , ধেমাজি , লখিমপুৰ , যোৰহাট , শিৱসাগৰ আদি কেইবাখনো জিলাৰ যাত্ৰীবাহী বাহনৰ মালিক সকল ।
Read More News
T & CPrivacy PolicyContact Us