Download Now Banner

This browser does not support the video element.

মৰিয়নি: নকচাৰী টীয়ক সংযোগী পথত শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাত পতিত হয়, কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত কেইবাজনো শ্ৰমিক

Mariani, Jorhat | Aug 25, 2025
নকচাৰী টীয়ক সংযোগী পথত শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাত পতিত হয় । কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত কেইবাজনো শ্ৰমিক । আজি মৰিয়নিৰ উক্ত পথত খাৱৈত পৰিল শ্ৰমিক কঢ়িয়াই নিয়া এখন বাছ। নকচাৰী টীয়ক সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। নাগিনীজানৰ চাহ বাগিচাৰ পৰা কাকজান বাগিছালৈ বাছখনে কঢ়িয়াই নিছিল শ্ৰমিক। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বাছৰ চালক আৰু শ্ৰমিকক JMCH লৈ প্ৰেৰণ ।
Read More News
T & CPrivacy PolicyContact Us