Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মহানগৰীৰ পল্টন বজাৰত পুনৰ ফুটিল পানীৰ পাইপ, অপচয় হৈছে হাজাৰ হাজাৰ লিটাৰ পানী

Guwahati, Kamrup Metropolitan | Sep 3, 2025
মহানগৰীৰ পল্টন বজাৰত পুণৰ ফুটিল পানীৰ পাইপ, অপচয় হৈছে হাজাৰ হাজাৰ লিটাৰ পানী। বৰ্তমানো।ঘটনা স্থলীত উপস্থিত হোৱা নাই বিভাগীয় লোক। পানী অপচয় ফলত সমস্যা পৰিছে এতিয়া সাধাৰণ জনতা।
Read More News
T & CPrivacy PolicyContact Us