Download Now Banner

This browser does not support the video element.

গোলাঘাট: অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত অবৈধ ভাবে সুৰা সৰবৰাহ কৰা দুই যুৱকক আটক চি আৰ পি এফৰ

Golaghat, Golaghat | Sep 12, 2025
অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত অবৈধ ভাবে সুৰা সৰবৰাহ কৰা দুই যুৱকক আটক চি আৰ পি এফৰ l অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত শুক্ৰবাৰে পুৱা প্ৰায় ৮ বজাত নিৰপেক্ষ বাহিনীয়ে নিয়মীয়া নাকা তালাচিৰ সময়ত নাগালেণ্ডলৈ অবৈধ ভাৱে সুৰা সৰবৰাহৰ চেষ্টা চলোৱা দুই নগা যুৱকক আটক কৰে। তথ্য অনুসৰি নাগালেণ্ডৰ দিশে যোৱা এন এল 07 CN 8311 নম্বৰৰ বগা জিপ্সী বাহনখনত তালাচী চলোৱাত সাত কাৰ্তন অবৈধ সুৰা উদ্ধাৰ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us