This browser does not support the video element.
মানকাচৰ: পিপুলবাৰীৰ পৰা কুকুৰ মাৰা সংযোগী পথৰ কিমত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ স্হানীয় ৰাইজৰ
Mankachar, South Salmara-Mankachar | Aug 23, 2025
শনিবাৰে দিনৰ ৫বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পিপুলবাৰীত স্হানীয় ৰাইজে পিপুলবাৰীৰ পৰা কুকুৰ মাৰা সংযোগী পথৰ কিমত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে । উল্লেখ্য যে পথখন নিৰ্মাণ কৰাৰ সময়ত স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কাম ভালকৈ কৰাৰ বাবে আহ্বান কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে।