This browser does not support the video element.
শিৱসাগৰ: নাজিৰাত অসমীয়া যুৱ মঞ্চকে আদি কৰি তিনিটা সংগঠনৰ ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ সংবাদ মেল সম্বোধন
Sibsagar, Sivasagar | Aug 26, 2025
নাজিৰাত অসমীয়া যুৱ মঞ্চকে আদি কৰি তিনিটা সংগঠনৰ ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ সংবাদ মেল সম্বোধন । ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত যুৱকৰ সংখ্যা । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সৰবৰাহ হোৱাৰ অভিযোগ এই মাৰাত্মক ড্ৰাগছৰ । শীঘ্ৰেই ড্ৰাগছৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই তীব্ৰতৰ অভিযান নকৰিলে । জাতীয় সংগঠনে সমগ্ৰ অসম জুৰি গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ।