Download Now Banner

This browser does not support the video element.

মাটিয়া: পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত আজি এক বৃহৎ বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়

Matia, Goalpara | Sep 19, 2025
পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত আজি এক বৃহৎ বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জিলা প্ৰশাসন আৰু বন বিভাগৰ যুটিয়া উদ্যোগত চৰকাৰৰ ৰূপায়িত "সেৱা সপ্তাহৰ" লগত সংগতি ৰাখি আজি দহ হেজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ গছপুলি ৰোপণ কাৰ্যসূচীত কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই হাব্ৰাঘাট হাইস্কুল, কৃষ্ণাই ছোৱালী হাইস্কুলৰ লগতে কৃষ্ণাই অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us