Download Now Banner

This browser does not support the video element.

খুমটাই: প্ৰধানমন্ত্ৰী নুমলীগড় ভ্ৰমণক লৈ খুমটাইত তীব্ৰ সমালোচনা জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুংৰ

Khumtai, Golaghat | Sep 13, 2025
প্ৰধানমন্ত্ৰী নুমলীগড় ভ্ৰমণক লৈ তীব্ৰ সমালোচনা গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুংৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত শনিবাৰে বিয়লি প্ৰায় ৬ বজাত খুমটাইত প্ৰতিক্ৰিয়া প্ৰকাশ গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙৰ । "প্ৰধানমন্ত্ৰী বুলেটপ্ৰুফ হেলিকপ্টাৰত আহিব আৰু ৰাজকোষৰ কোটি কোটি টকা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ব্যয় কৰিবলৈ প্ৰস্তুত হৈছে চৰকাৰ ।"
Read More News
T & CPrivacy PolicyContact Us