Download Now Banner

This browser does not support the video element.

বজালী ভাগ: পাঠশালাত ডি ৱাই এফ আইৰ চতুৰ্দশ অবিভক্ত বৰপেটা জিলা সন্মিলন আৰম্ভ

Bajali Part, Barpeta | Sep 7, 2025
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইৰ চতুৰ্দশ অবিভক্ত বৰপেটা জিলা সন্মিলন পাঠশালাত অনুষ্ঠিত হয় । সন্মিলনৰ পতাকা উত্তোলন কৰে আঞ্চলিক সভাপতি কমৰেড এম চৌধুৰী আৰু কমৰেড হৰ্ষজিৎ দাস। সন্মিলনৰ উদ্ধোধনী ভাষণ প্ৰসংগত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক কমৰেড ৰীতুৰঞ্জন দাসে কয় দেশ তথা ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন ডাবোল ইঞ্জিন চৰকাৰে কৰ্মসংকোচন নীতি গ্ৰহণ কৰাৰ পৰিণতিত দেশত কৰ্মসংস্থাপনৰ সমস্যাই বিগত ৪৭ বছৰৰ অভিলেখ ভংগ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us