Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: চাপাগুৰিত বাঙালী জনগোষ্ঠীৰ বিভিন্ন সমস্যা লৈ মন্ত্ৰী কৃষ্ণেন্দু পালক সাক্ষাৎ কৰে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে

India | Sep 12, 2025
চিৰাং জিলাৰ চাপাগুৰিস্থিত হোটেল চিগনেট পাৰ্ক মেগনাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পালক সাক্ষাৎ কৰে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে, সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্তৰ নেতৃত্বৰ এক সজাতি দ'লে মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি বাঙালী জনগোষ্ঠীৰ বিভিন্ন সমস্যা লৈ আলোচনাত মিলিত হয়,আজিৰ এই আলোচনাত কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্ত, সদৌ অসম বাঙালি যুৱ- ছাত্ৰ ফেডাৰেচন বঙাইগাঁও জিলা সমিতিৰ সভাপতি সম্ৰাট ভাৱাল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us