Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাজলগাঁও প্ৰেছ ক্লাবত কামতাপুৰ প্ৰগেছিভ পাৰ্টিৰ সংবাদ মেল ,বিটিআৰৰ চিফ প্ৰমোদ বড়োক মিছলীয়া আখ্যা

India | Aug 24, 2025
চিৰাং জিলা সদৰ কাজলগাঁও প্ৰেছ ক্লাবত কামতাপুৰ প্ৰগেছিভ পাৰ্টিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে সংবাদ মেলৰ আয়োজন কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰে,প্ৰমোদ বড়োক মিছলীয়া, বিশ্বাস ঘাতক আৰু প্ৰতাৰক বুলি আখ্যা কামতাপুৰ প্ৰগেছিভ পাৰ্টিৰ,২০২০ চনৰ বিটিচি নিৰ্বাচন কামতাপুৰ প্ৰগেছিভ পাৰ্টিৰ লগত হোৱা প্ৰতিশ্ৰুতি পালন কৰিবলৈ ব্যৰ্থ হৈছে প্ৰমোদ বড়োয়ে।
Read More News
T & CPrivacy PolicyContact Us