Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: আজি গণেশ চতুৰ্থী, পুৰণা আৱৰ্ত ভৱন পথত গণেশ পূজা উদযাপন, ভক্তৰ সমাগম

Jorhat West, Jorhat | Aug 27, 2025
যোৰহাটৰ পুৰণা আৱৰ্ত ভৱন পথত গণেশ পূজা উদযাপন । আজি গণেশ চতুৰ্থী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে গণেশ পূজা। গণেশ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য । যোৰহাটতো বিভিন্ন স্থানত আয়োজন কৰা হৈছে গণেশ পূজা । আৰু আজিৰ পৰা যেন আৰম্ভ হৈছে শাৰদীয় উৎসৱৰ বতৰ ।
Read More News
T & CPrivacy PolicyContact Us