This browser does not support the video element.
মানকাচৰ: জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্যোগত কানাইমিৰাত ড্ৰাগছ বিৰোধী সজাগতা সভা
Mankachar, South Salmara-Mankachar | Aug 21, 2025
বৃহস্পতিবাৰে দিনৰ অনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কানাইমাৰাত জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সজাগতা সভাত উপস্থিত আছিল জিলা আইনী সেবা প্ৰধিকাৰীৰ বিষয়া ,জিলা চিকিৎসালয়ৰ জেষ্ঠ্য চিকিৎসক সকল, স্হানীয় আশা কৰ্মী সকলৰ লগতে উপস্থিত আছিল সচেতন ৰাইজ।