Download Now Banner

This browser does not support the video element.

ওদালগুৰি: কলাইগাঁওত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী

Udalguri, Udalguri | Sep 11, 2025
বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমুহে ভোটাৰৰ মন আকৰ্ষণ কৰিবৰ বাবে অনুষ্ঠিত কৰিছে সভা সমিতিৰ লগতে যোগদান কাৰ্যসূচী। সেইদৰে মুদৈবড়ী সমষ্টিৰ কলাইগাঁৱত বিজেপি দলে এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে। কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। ইপিনে উক্ত কাৰ্যালয় মুকলি সভাত প্ৰায় অৰ্ধ শতাধিক লোকে দলটোত যোগদান কৰে। নতুন সদস্যক দললৈ আদৰণি জনালে বিধায়ক গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us