Install App
bongaigaon_khobor
This browser does not support the video element.
সৃজনগ্ৰাম: অভয়াপুৰীত বিজেপিৰ জিলা সভাপতিৰ উপস্থিতিত সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়
Srijangram, Bongaigaon | Aug 26, 2025
অভয়াপুৰীত বিজেপি দলৰ সাংগঠনিক সভা অনুষ্ঠিত। আজিৰ এই সাংগঠনিক সভাত উপস্থিত থাকে বিজেপি বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰায় সহ বিজেপি বঙাইগাঁও জিলাৰ অন্যান্য নেতা সকলৰ উপস্থিতিত এই বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!