This browser does not support the video element.
বাক্সা: নিকাছীত ভাৰতীয় জনতা পাৰ্টীৰ দিহিৰা মণ্ডলৰ সাংগঠনিক সভা অনুষ্ঠিত
Baska, Baksa | Sep 1, 2025
বাক্সা জিলাৰ নিকাছীত আজি বিয়লি ভাৰতীয় জনতা পাৰ্টীৰ দিহিৰা মণ্ডলৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সভাত কাইলৈ দিহিৰা সমষ্টিৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতাই মনোনয়ন দাখিল কৰা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। এই সভাত বিটিচি নিৰ্বাচত দলে বিজয়ী কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ বিষয়েও আলোচনা কৰা হয়।