Download Now Banner

This browser does not support the video element.

বৰপেটা: ফাটাহাটীত ভঙা-চিঙা সামগ্ৰী কিনাৰ চলেৰে চুৰিকাৰ্য সংঘটিত কৰা এটা চোৰ আটক কৰি ৰাইজে গতাই দিলে আৰক্ষীক

Barpeta, Barpeta | Sep 6, 2025
বৰপেটাত ছদ্মবেশী চোৰ আটক । ভঙা-চিঙা সামগ্ৰী কিনাৰ চলেৰে বৰপেটা চহৰত দিন দূপৰতে চোৰৰ চাফাই অভিযান। বৰপেটা চহৰত ভঙা-চিঙা সামগ্ৰী কিনাৰ চলেৰে চুৰিকাৰ্য সংঘটিত কৰা এটা চোৰ আটক। ধৃত চোৰটোৰ নাম আবুল কালাম আজাদ। ধৃত চোৰটোৰ ঘৰ বৰপেটাৰ কাহিবাৰী গাঁৱত। চোৰটোৱে ভঙা-চিঙা সামগ্ৰী কিনাৰ চলেৰে বৰপেটা চহৰৰ ফাটাহাটীৰ ঘুনুচা পাটোৱাৰী নামৰ মহিলা গৰাকীৰ ঘৰৰ পৰা কাঁহৰ কাহি-বাতি চুৰি কৰিছিল। স্থানীয় লোকে এই কথা জানিব পাৰি চোৰটোক আটক কৰি আৰক্ষীক চমজাই দিয়ে।
Read More News
T & CPrivacy PolicyContact Us