Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: নিৰ্বাচনৰ বাবে জিলাত সৰ্বমুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব, জিলা আয়ুক্ত কাৰ্য্যালয়ত প্ৰকাশ আয়ুক্ত

Kokrajhar Part, Kokrajhar | Sep 6, 2025
বিটিচি নিৰ্বাচনৰ বাবে কোকৰাঝাৰ জিলাৰ ১২ টাকৈ পৰিষদীয় সমষ্টিত সৰ্বমুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব । শনিবাৰে সন্ধিয়া ৬ বজাত জিলা আয়ুক্ত কাৰ্য্যালয়ত সংবাদ মেল সম্বোধন কৰি জিলা আয়ুক্ত মাচন্দা এম পাৰ্টিনে সংবাদ মেল সম্বোধন কৰি প্ৰকাশ কৰে। আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা ১৫ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে ৷ উল্লেখ্য যে জিলাখনৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিত চাৰিজন নিৰ্দলীয় প্ৰাৰ্থী নীলেম্বৰ ৰায়, শুকুৰ আলী।
Read More News
T & CPrivacy PolicyContact Us