আজি চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ১ নং ছাতিয়ানগুৰীত পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে থুৰিবাৰী সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়কে ,আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত পাৰিষদ গৰাকীৰ সৈতে দলীয় কাৰ্য কৰ্তা সহ স্থানীয় ৰাইজ উপস্থিত থাকে।