Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা আৰক্ষীৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ দুই সদস্যক আটক

Margherita, Tinsukia | Sep 7, 2025
মাৰ্ঘেৰিটা আৰক্ষীৰ বৃহৎ সাফল্য,নাৰী সৰবৰাহকাৰী চক্ৰৰ দুই সদস্যক আটক । উল্লেখ্যে যে মাৰ্ঘেৰিটাৰ দুগৰাকী কিশোৰীৰ যোৱা ২ ছেপ্টেম্বত নিৰুদ্দেশ হৈছিল। দুই গৰাকীৰ মাৰ্ঘেৰিটাৰ নিজ নিজ গৃহৰ পৰা আবেলি ওলাই যোৱা পিছৰে পৰা নিখোজ হৈ আছিল। এই সন্দৰ্ভত পৰীয়ালৰ লোকে মাৰ্ঘেৰিটা আৰক্ষী থানাত এজেহাৰ দাখিল কৰাৰ পিছতে দুই গৰাকীৰ কিশোৰীৰ সন্ধানত নামি পৰে। মাৰ্ঘেৰিটা আৰক্ষীয়ে চলোৱা এই অভিযানত ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা দাস উপাধিৰ কিশোৰী গৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Read More News
T & CPrivacy PolicyContact Us