This browser does not support the video element.
গোলাঘাট: জুবিন গাৰ্গৰ মৃত্যুত জৰিত সন্দেহ উত্থাপন হোৱা শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ বাটা পইণ্টত
Golaghat, Golaghat | Sep 22, 2025
জুবিন গাৰ্গৰ মৃত্যুত জৰিত সকলক গ্ৰেপ্তাৰৰ দাবীত লগতে মৃত্যুত জৰিত বুলি সন্দেহ উত্থাপন হোঁৱা শ্যাম কানু মহন্তৰ প্ৰতি মূৰ্ত্তি দাহ কৰি উত্তাল প্ৰতিবাদ গোলাঘাট বাতা পইণ্টত অসমীয়া যুৱ মঞ্চৰ l সোমবাৰে দিনৰ প্ৰায় ২ বজাত গোলাঘাট বাতা পইণ্টত জ্বলিল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিমূৰ্তি l অসমীয়া যুৱ মঞ্চই জুবিন দাক ৰোগীয়া দেহাত বিদেশলৈ কিয় নিব বুলি মন্তব্য কৰি শ্যাম কানু মহন্তৰ লগতে এই ঘটনাৰ লগত জৰিত প্ৰত্যেক জন লোকক কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ।