Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: হোটেল মনাৰ্কৰ কৰ্মচাৰীয়ে মালিকৰ অজ্ঞাতে হোটেললৈ অহা গ্ৰাহকক যোগান ধৰিছিল নাৰী , কেনেদৰে দৰ দাম কৰে জনালে মালিক পক্ষই

Jorhat West, Jorhat | Sep 3, 2025
হোটেল মনাৰ্কৰ কৰ্মচাৰীয়ে মালিকৰ অজ্ঞাতে হোটেললৈ অহা গ্ৰাহকক যোগান ধৰিছিল নাৰী । কেনেদৰে দৰ দাম কৰে জনালে মালিক পক্ষই । মহানগৰীৰ দৰে যোৰহাটৰ একাংশ হোটেলত চলে যৌনতাৰ বেহা । যোৰহাটত মঙ্গলবাৰে পোহৰলৈ আহিছিল একাংশ হোটেলত চলা মহিলাৰ দৰ দামৰ তথ্য। হোটেল মনাৰ্ক কৰ্তিপক্ষৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে সোধা পোচাৰ বাবে আটক কৰিছিল দুগৰাকী মহিলাক ।
Read More News
T & CPrivacy PolicyContact Us