Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: ৰাষ্ট্ৰীয় একত্ৰীকৰণ ভ্ৰমণৰ জৰিয়তে যোৱা জিলাৰ কেইবাগৰাকী ছাত্ৰ- ছাত্ৰীৰ দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

Tinsukia, Tinsukia | Sep 11, 2025
তিনিচুকীয়া জিলাৰ পৰা 'অপাৰেচন সদ্ভাৱনা' ৰ অধীনত ৰাষ্ট্ৰীয় একত্ৰীকৰণ ভ্ৰমণৰ জৰিয়তে বিভিন্ন ঐতিহ্যমণ্ডিত স্থান পৰিদৰ্শন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সাক্ষাৎ কৰে। দেশৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি ছাত্ৰ-ছাত্ৰীকেইগৰাকীযে বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ সন্দৰ্ভত আলোচনা কৰে।
Read More News
T & CPrivacy PolicyContact Us