Download Now Banner

This browser does not support the video element.

আজাৰা: বিমানত উঠি নোপোৱা এজাক শিশুৰ সপোন পূৰণ হল,গৰাকীকৈ শিশুক বিমানত যাত্ৰা কৰোৱাই লৈ গল এটি বেচৰকাৰী সংস্থাই

Azara, Kamrup Metropolitan | Oct 13, 2025
বিমানত উঠি নোপোৱা এজাক শিশুৰ সপোন পূৰণ হল । আকাশৰ ওপৰৰে উৰি থকা বিমানত উঠিবলৈ পালে শিশুজাকে । ১২ গৰাকীকৈ শিশুক বিমানত যাত্ৰা কৰোৱাই নহয় বিদেশ ভ্ৰমণৰ বাবে লৈ গল Round Table India নামৰ এটি বেচৰকাৰী সংস্থাই । আৰ্থিকভাৱে দূৰ্বল ১২ গৰাকী শিশুক বৰঝাৰ বিমানবন্দৰৰ পৰা বিমানেৰে ছিংগাপুৰলৈ লৈ গল সংস্থাটোৱে ।
Read More News
T & CPrivacy PolicyContact Us