Download Now Banner

This browser does not support the video element.

গোলাঘাট: দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ উচ্চস্তৰীয় তদন্তৰ দাবীত ৩১ টা দল সংগঠনৰ কৰ্ট ৰোডত প্ৰতিবাদ

Golaghat, Golaghat | Aug 22, 2025
দশমী দুৱৰাৰ মৃত্যুত ভেঙুচালি কৰিছে গোলাঘাট জিলা আয়ুক্ত লগতে আৰক্ষী আৰু বন বিভাগে l ইমান এটা ৰহস্য জনক ঘটনা গাপ দিয়াৰ আৰৰ ৰহস্য কি বুলি প্ৰশ্ন উত্থাপন কৰি শুক্ৰবাৰে দিনৰ প্ৰায় ১২ বজাত ৩১ টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰ যদি মুখ্যমন্ত্ৰী তথা আৰক্ষীয়ে উক্ত ঘটনাৰ এটা উচ্চ প্ৰয্যায়ৰ তদন্ত ঘোষণা নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে।
Read More News
T & CPrivacy PolicyContact Us