Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ সন্মুখত KTM বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘৰ্ষ, গুৰুতৰ ভাৱে আহত ৬ জন লোক

India | Sep 5, 2025
সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ সন্মুখত ভয়াবহ পথ দুৰ্ঘটনা। AS15AD 3933 নম্বৰৰ তীব্ৰবেগী বাইকৰ খুন্দা ই-ৰিক্সাত। ফলত বাইক চালক-আৰোহিকে ধৰি ই-ৰিক্সাখনত থকা ৪ জন লোক গুৰুতৰ ভাৱে আহত হয়। আহত সকলোক ততাতৈয়াকৈ সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও ইয়াৰে বাইক চালক বঙাইগাঁও জিলাৰ ২ নং পাটাকাটা গাঁৱৰ বাহাৰুল আলী, ই-ৰিক্সাখনৰ চালক বৰপেটাৰোডৰ খৈৰাবাৰীৰ জিন্নাত আলী আৰু ৰহিত আলীক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us