Download Now Banner

This browser does not support the video element.

ডুমডুমা: ডুমডুমা সমষ্টিৰ বকপৰা বজাৰ খেলপথাৰত নৱনিৰ্মিত স্পর্টচ ক্লাৱৰ শুভ উদ্বোধন কৰে শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই

Doom Dooma, Tinsukia | Aug 25, 2025
সোমবাৰে বিয়লি প্ৰায় ৩ বজাত ডুমডুমা সমষ্টিৰ বকপৰা বজাৰ খেলপথাৰৰ নৱনিৰ্মিত স্পর্টচ ক্লাৱৰ শুভ উদ্বোধন কৰে শ্ৰম মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই । ২০২৩-২৪ বৰ্ষৰ বিধায়ক পুঁজিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা স্পর্টচ ক্লাৱৰ শুভ উদ্বোধন কৰি নথৈ আনন্দ অনুভৱ কৰা বুলি উল্লেখ   কৰাৰ লগতে উক্ত ভৱনটোৱে অঞ্চলৰ খেলা ধূলাৰ প্ৰতি আগ্ৰহী লোক সককে যথেষ্ট উপকৃত হব বুলি আশা প্ৰকাশ কৰে । শুভ উদ্বোধনৰ ক্ষণত শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ সৈতে দলীয় কাৰ্যকর্তা উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us